Unspoken - নোকোৱাকৈ থাকি গ'ল

By JanmoonR

4.2K 377 186

I m Abhinita. I am a single mother of 5 years old boy. And I m 19. I was only daughter of my single mother. W... More

Author's note
মুখবন্ধ
১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২১
২২
২৩
২৪
২৫
২৬
২৭
২৮
২৯
৩০
৩১
৩২
৩৩
৩৪
৩৫
৩৬
৩৭
৩৮
৩৯
৪০
৪১
৪২
৪৩
৪৪
৪৫
৪৬
৪৭
৪৮
৪৯
৫০
৫১
৫২
৫৩
৫৪
৫৫
৫৬
৫৭
৫৮
৫৯
৬০
৬১
৬২
৬৩
৬৪
৬৫
৬৬
৬৭
৬৮
৬৯
৭০
৭১
৭২
৭৩
৭৪
৭৫
৭৬
উপসংহাৰ

২০

49 4 4
By JanmoonR


Record Room

সম্পূৰ্ণ নীৰবতা। মই ৰিচিভাৰত।
-অভিনীতা!
-অ’
-কি খবৰ?
-ভাল৷
-কি ভাবিলা তুমি?
-মই দেউতাক লগ কৰিবলৈ যাম।
-অহঃ ভাল কথা। কেতিয়া যাবা?
-অহা মাহত৷
-ওৱাও! তেখেত নিশ্চয় সুখী হ’ব। দেউতাক পায় আমাক নাপাহৰিবা। আপডেট দি থাকিবা
-দিম
-অকে’।
- দেউতাক লগ পোৱাৰ উপৰিও তোমাৰ অন্য কিবা ইচ্ছা আছেনে?
-মই গান গাই ভাল পাওঁ৷
-মানে তুমি গায়ক হ'ব বিচৰা?
-নাজানো। মই গাব বিচাৰো?
-তুমি আমাৰ সংগীত অনুষ্ঠানটোৰ কথা শুনিছানে?
-হম। অখ্যাত গীতিকাৰ বিচাৰি৷
-তুমি জইন কৰিব পাৰা দেখুন। যদি ওইনাৰ হোৱা তোমাৰ ফ্ৰি এল্বাম এটা আমাৰ চেনেলৰ দ্বাৰা ওলিয়াই দিব। সেইতো তোমাৰ কেৰিয়াৰৰ বাবে ভাল হব। লগতে তুমি ভাল এমাওন্তৰ টকাও পাবা।
-জানো কি হ’ব। দেউতাক ও সুধিব লাগিব।
-অ’! সেইটো হয়! দেউতাক সুধিব লাগিবই। তোমাৰ মায়ে বৰ্ণনা কৰাৰ দৰে যদি তেখেত হয় তেন্তে তেখেতে নিশ্চয় তোমাক চাপৰ্ট কৰিব। আৰু কিবা ক’বা ?
-অ’। মই প্ৰথমে দেউতাৰ বাবে কি কৰিম
তাইৰ প্ৰশ্নই মোক বিপাঙত পেলালে। এনে এটা প্ৰশ্নৰ বাবে মই সাজু নাছিলো।কি কম নকম চিন্তা কৰি থাকোঁতে বাপনে আমাৰ খাদ্য খিনি গৰমে গৰমে খাবৰ বাবে ৰেকৰ্ড ৰুমলৈকে লৈ অনা দেখিবলৈ পালো। মুখলৈ আপোনা আপুনি ওলায় আহিল
-খাদ্য।
-খাদ্য!
তাইৰ কথাৰ লগে লগে মই পৰিস্থিতিটো সহজ কৰিবলৈ কৈ গ’লো
-অ’ তুমি দেউতাক সুন্দৰকৈ খাদ্য বনাই দিবা। সকলো পুৰুষেই ভাল খাদ্যৰ প্ৰতি আকৃষ্ট। তুমি ভাল খাদ্য বনাই দিলে তেওঁ আৰু সুখী হ’ব।
-মই ভাল খাদ্য বনাব নাজানো।
-অ’। কি কোৱা সকলো ছোৱালীয়ে বনাব জানে৷
- জানিব পাৰে কিন্ত মই  নাজানো৷
তাইৰ সুৰত খং শুনি মই  । পৰিস্থিতি সহজ কৰিবলৈ ক’লো
- একো নাই যি জানা তাকে সম্পূৰ্ণ মনৰ পৰা বনাবা। কথাতে আছে- মনেৰে কৰা সকলো কাম ভাল হয়।
-চেষ্টা কৰিম।
-গোড্। ঠিক আছে অভিনীতা। All the best. Inform us about next update. যদি সুবিধা পোৱা আমাৰ ষ্টোডিঅ’ লৈ এপাক আহিবা।
-ঠিক আছে।
-OK। তেন্তে বাই। আশা ৰাখিলো তোমাৰ সকলো ইচ্ছা পূৰ্ণ হওক।
-ধন্যবাদ
ফোনটো থৈ মই এটা দীঘল উশাহ ল’লো। মনতোত শান্তি লাগি আহিল। এটা অধ্যায় শেষ হ’ল। আনন্দৰে সকলোলৈ চালো। সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। কিন্তু মনলৈ এটা চিন্তা আহিল যে কামটো ভাল হ’ল নে ! অচিন্তই ভবা কথাষাৰ কৈয়ে পেলালে
-ওহঃ ঈশ্বৰ! সকলো ঠিকে থাকে শেষ হ’ল। কিন্তু কামটো কিমান ভাল হ’ল! তই ৰক্ষা পৰিলি। কিন্তু সেই মানুহটোৰ কি হ’ব!
-কি হ’ব মানে ?
-সি সুখি হ’ব আকৌ। একো কষ্ট নকৰাকৈ ৰেডি-মেট ১৯বছৰীয়া জীয়েক পাব।
লিপিকাৰ প্ৰশ্নৰ উত্তৰ চকু এটা তিপিয়াই দিপকে দিলে। তাকে সমৰ্থন কৰি দিলিপে ক’লে
-লগতে এক কে চাথ এক ফ্ৰি। নাতিয়েক এটাও পাব।
-সি পাগল হৈ যাব বে।
অঞ্জনে গহীন হৈ কোৱা কথাত লিপিকাই আঙুলি এটা কামুৰি গভীৰ চিন্তা কৰি কোৱাৰ দৰে ক’লে
-কি হ’ব তেখেতে যদি গ্ৰহণ নকৰে।
-নাযানো। কিন্তু হঠাৎ ইমান ডাঙৰ এজনী জীয়েক আৰু নাতিয়েকক দেখি তেখেতৰ মূৰত বজ্ৰ পৰিবই। সেই মানুহটোৱে তোক কিন্তু আৰ্শীবাদ দিয়াৰ চাঞ্চ কম।
অচিন্তৰ কথা আৰু সুৰ শুনি সকলোৱে সমস্বৰেৰে হাঁহি দিলো। কথা পাতি পাতিয়ে আমি মোৰ অফিচ কোঠাত সোমালোহি। বাপনে অনা খাদ্যৰ টোপোলাটো হাত লৈ।

Thanks for reading. Please vote comment and share. It encourage me for further writing.

Continue Reading

You'll Also Like

403K 16K 19
Imprisoned in an underground laboratory his entire life, eighteen-year-old Leonardo finally escapes, entering the real world for the first time. Over...
373K 1.4K 2
" If you don't want to cross the barriers then let me do this . Let me give a chance to show you that there is no need you to look for the happiness...
16.1K 828 19
"I'll not hesitate to kill him. Because if he can't be mine I won't let him be yours. Be careful." Her words made my breath hitched. But I have to st...
208K 11.7K 91
The story of two bffs, Anah and Reyhan. Inseparable since childhood, they were best of friends. Always by each other's side, looking out for each oth...